June 2024

খেতিয়কৰ পৃষ্ঠা/Farmers Page

কি জাতৰ তিতা কেৰেলা খেতি কৰিব?

আপুনি তিতা কেৰেলা খেতি কৰিব বিচাৰে নেকি? বজাৰৰ পৰা গুটি কিনাৰ আগতে এবাৰ চিন্তা কৰি লওক। কি জাতৰ গুটি কিনিব। সকলো দোকানীয়ে আপোনাক ভাল জাতৰ গুটি নিদিবও পাৰে। অধিক মুনাফা থকা কিছুমান জাতৰ গুটি আনি সময় কষ্ট আৰু ধন ব্যয় কৰি আপনাৰ লোকচান হব পাৰে। গতিকে আমি জনা কেইটামান ভাল জাতৰ বৰ্ণনা দিয়া হ’ল। আমি কেবল জেং কেৰেলাৰ কথাহে কৈছো। মাটি কেৰেলা খেতি কৰিলে স্থানীয় জাতেই ভাল ফল দিয়ে।

কি জাতৰ তিতা কেৰেলা খেতি কৰিব? Read Post »

WhatsApp
Scroll to Top